কাৰোবাৰ স্বাস্থ্যৰ খা-খবৰ শুধিবলৈ শিকক
try Again
Tip1:hello
Lesson 102
কাৰোবাৰ স্বাস্থ্যৰ খা-খবৰ শুধিবলৈ শিকক
উপায়
How are you? = তোমাৰ খবৰ কেনেকুৱা? (কি খবৰ?)
দুয়ো বাক্য আনৰ খবৰ সোধাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু How are you feeling? কোৱা বেছি উচিত.


How are you feeling?
=

তুমি কেনেকুৱা অনুভৱ কৰি আছা? (আপোনাৰ খবৰ কেনেকুৱা)
Are you feeling any better? = আপুনি আগতকৈ ভাল অনুভৱ কৰি আছে নে?
সংলাপ শুনক
Why weren't you at the office yesterday?
আপুনি কালি কাৰ্য্যাল্যত কিয় নাছিলে?


I wasn't feeling well.
মই ভাল অনুভৱ কৰা নাছিলো.


What happened?
কি হল?


My stomach was upset.
মোৰ পেট বেয়া আছিল.


Are you feeling any better now?
আপুনি এতিয়া আগতকৈ ভাল অনুভৱ কৰিছেনে?


'কি হ'ল?'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
What happens?
What happened?
How happened?
当happened?
আপুনি আগতকৈ ভাল অনুভৱ কৰি আছে নে?
      • feels
      • feeling
      • you
      • any better?
      • do
      • are
      আপুনি কেনেকুৱা অনুভৱ কৰি আছে?
        • do
        • how
        • feeling
        • now?
        • are
        • you
        'মই আগতকৈ ভাল অনুভৱ কৰি আছোঁ.'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
        I am feel better.
        I do feeling better.
        I will feel better.
        I am feeling better.
        প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
        I am ______
        not feel
        不觉得
        not feeling
        'মই এতিয়াও অলপ বেমাৰ অনুভৱ কৰি আছোঁ.'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
        I am still feeling a bit under the weather.
        I am still feel a bit under the weather.
        I do still feeling a bit under the weather.
        I am steal feeling a bit under the weather.
        ডাইল'গ শুনক
        What reason do you have for missing work for 2 days?
        আপোনাৰ ২ দিন কামৰ পৰা অনুপস্থিত থকাৰ কাৰণ কি?


        I was sick.
        মই অসুস্থ আছিলো.


        Oh, what happened?
        ওহ, কি হ'ল?


        I had a fever.
        মোৰ জৰ আছিল.


        Is it any better now?
        এতিয়া আগতকৈ ভাল আছে নে?


        I'm still feeling under the weather.
        মই এতিয়াও ভাল অনুভৱ কৰা নাই.


        মই নিজৰ হাত ভাঙিলো.
          • am
          • break
          • broke
          • my arm.
          • I
          আপুনাৰ হাত এতিয়াও বিষাই নেকি?
            • has
            • still
            • hurt?
            • does
            • your arm
            • hurts?
            ডাইল'গ শুনক
            Sachin told me you broke your arm. I'm really sorry to hear that. How are you doing now?
            শচীনে মোক কলে যে আপুনি নিজৰ হাত ভাঙিলে. শুনি দুখ পালো. এতিয়া আপুনি কেনেকুৱা?


            Thanks. I am feeling a bit better now.
            ধন্যবাদ. মই এতিয়া অলপ ভাল অনুভৱ কৰি আছোঁ.


            I'm going to the store, would you like any medicine?
            মই দোকানলৈ গৈ আছোঁ. আপোনালৈ কিবা দৰব লাগিব নেকি?


            No. That's OK.
            নালাগে, ঠিক আছে.


            I hope you get better soon.
            আপোনাৰ সোনকালে ভাল হোৱাৰ আশা কৰোঁ.


            প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
            I hope ______
            you feeling better
            you are feeling better
            you feel better
            you will felt better
            মোৰ পেট এতিয়াও বিষাই আছে.
              • stomach
              • upset.
              • is
              • my
              • mine
              • still
              প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
              ______
              Hope you are get better
              Hope you are got better
              Hope you get better
              প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
              Sorry ______
              for hear that
              to hear that
              hearing to that
              to listen that
              'নিজৰ ধ্যান ৰাখিব.''ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
              Take care of yourself.
              Take care of your.
              Take care of you.
              Takes care of yourself.
              মই আপোনাৰ বাবে কিছুমান দৰব আনি দিব পাৰোঁ নে?
                • will
                • get you
                • some medicines?
                • can
                • I
                =
                !
                শুনক
                উপায়
                পৰৱৰ্ত্তী শব্দ