Present Perfect Tense: সকাৰাত্মক
try Again
Tip1:hello
Lesson 130
Present Perfect Tense: সকাৰাত্মক
উপায়
I have walked 2 kilometers already. = মই দুই কিলোমিটাৰ গলো (আৰু এতিয়াও গৈ আছোঁ)).
Present perfect tense এনে ঘটনা দেখাবলৈ ব্যবহাৰ কৰা হয় যত কোনো কাৰ্যকলাপ ভূত কালত আৰম্ভ হল আৰু এতিয়ালৈকে চলি আছে বা এতিয়ালৈকে সঁচা হয়.
I have had pasta once. = মই এবাৰ পাস্তা খাইছো.
এই tense এনে ঘটনাৰ বাবেও ব্যবহাৰ কৰা হয় যেতিয়া কোনো কাৰ্য্যকলাপ ভূত কালত শেষ হল কিন্তু কোনো সময় দেখোৱা নাই.
উপায়
I have worked here since 1999. = মই ১৯৯৯'ৰ পৰা ইয়াত কাম কৰোঁ (আজিও কৰি আছোঁ).
Present Perfect Tense 'ত সাকাৰাত্মক বাক্য বনাবলৈ:
Subject + have/has + ক্ৰিয়াৰ Past Participle ৰূপ.
ইয়াত work 'ৰ Past Participle ৰূপ worked হয়.
She has met me once. = তাইমোক এবাৰ লগ পাইছিলে.

ইয়াত meet 'ৰ Past Participle ৰূপ met হয়. বেচি ভাগে ক্ৰিয়াৰ past participle ৰূপ past tense ৰূপৰ দৰেই হয় কিন্তু irregular verbs 'ৰ বাবে বেলেগ হয় (Eg: I eat (simple present), I ate (simple past), I have eaten (present perfect)).
'To-be verb - Past participle form = Been'^~^'typefacestyle'
present tense present perfect tense
i am i have been
you are you have been
he is he has been
she is she has been
it is it has been
we are we have been
they are they have been
'Eat - Past participle form = Eaten'^~^'typefacestyle'
present tense present perfect tense
i study i have studied
you study you have studied
he studies he has studied
她研究 she has studied
it studies it has studied
we study we have studied
they study they have studied
present tense present perfect tense
i eat i have eaten
you eat you have eaten
he eats he has eaten
she eats she has eaten
it eats it has eaten
we eat we have eaten
they eat they have eaten
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
has bought
has buy
have bought
have buyed
'তুমি এই মাত্ৰ তাইক ফোন কৰিলা.'ৰ ইংৰাজী অনুবাদ কি হব?;
You has just called her up.
You have just called her up.
You have just call her up.
You have just callen her up.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He ______
has lived
have lived
has liven
lived has
তাই নিজৰ নতুন চাকৰি আগতেই আৰম্ভ কৰিলে.
      • has
      • already started
      • she
      • start
      • new job.
      • her
      প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
      My computer is very old and it ______
      have never work
      have never worked
      has never work
      has never worked
      প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
      We ______
      have seen
      has seen
      have see
      have saw
      প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
      They ______
      has been
      been have
      have been
      have were
      'ছেহ ! আমি বাছ ধৰিব নোৱাৰিলো.'ৰ ইংৰাজী অনুবাদ কি হব?;
      Oh no! We have missed the bus.
      Oh no! We has miss the bus.
      Oh no! We has missed the bus.
      Oh no! We have miss the bus.
      প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
      She ______
      have visited
      has visited
      has visit
      visited has
      প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
      They ______
      have eaten
      have ate
      have eat
      has eaten
      প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
      Neha ______
      is bought
      has bought
      has buyed
      have buy
      তাই নিজৰ আটাইকেইটা পৰীক্ষাত উত্তীৰ্ণ হৈছে.
        • has
        • passed
        • she
        • her
        • exams.
        • all
        'মই নিজৰ গৃহকাৰ্য্য হেৰোৱাই দিলো.'ৰ ইংৰাজী অনুবাদ কি হব?;
        I've lose my homework.
        I has lost my homework.
        I lost have my homework.
        I've lost my homework.
        প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
        I ______
        have won
        have winned
        have win
        won have
        তাই কামটো কৰি দিলে.
        আমি আমৰ গাড়ীখন ধুলো.
          • car.
          • we
          • washed
          • have
          • our
          • has
          প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
          It ______
          have rained
          have rain
          has rained
          has rain
          =
          !
          শুনক
          উপায়
          পৰৱৰ্ত্তী শব্দ