Interview - নিজৰ কামৰ বিষয়ে কথা পতা
try Again
Tip1:hello
Lesson 77
Interview - নিজৰ কামৰ বিষয়ে কথা পতা
ডাইলগ
Good morning sir. I am Vimal.
সু প্ৰ্ভাত ছাৰ. মই বিমল.


Good morning Vimal. Where are you currently working?
সু প্ৰ্ভাত বিমল. আপুনি বৰ্তমান ক'ত কাম কৰি আছে?


I am currently working at Reliance.
মই বৰ্তমান ৰিলায়েন্সত কাম কৰি আছোঁ.


What is your role there?
তাত আপোনাৰ ভূমিকা কি?


I am a salesman.
মই এজন চেল্চমেন/বেচোঁতা.


ইংৰাজীত অনুবাদ কৰক
মই এজন বেঙ্ক অফিচাৰ
'মই চেল্চ মেনেজাৰ.'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I am the sales manager.
I am a sales manager.
I am sales manager.
I am work as sales manager.
ডাইলগ
What is your role?
আপোনাৰ ভূমিকা কি?


I am a salesman. I help the customers find the right products. I also answer their queries regarding our products.
মই এজন চেল্চমেন. মই গ্ৰাহক সকলোক ভাল উৎপাদন বিচাৰিবলৈ সহায় কৰোঁ. মই উৎপাদনৰ বিষয়ে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰো দিওঁ.


ডাইলগ
What is your role?
আপোনাৰ ভূমিকা কি?


I am a customer care executive. I take care of the queries and complaints of the customers. I also tell them about new products and services.
মই এজন গ্ৰাহক সেৱা অধিকাৰী. মই গ্ৰাহক সকলৰ প্ৰশ্ন আৰু আপত্তিৰ বিচাৰ কৰোঁ. মই তেওঁলোকক নতুন উৎপাদন আৰু সেৱাৰ বিষয়ে জনাওঁ.


'আপোনাৰ ভূমিকা জনাবলৈ কিছুমান verbs'^~^'typefacestyle'
ইংৰাজী হিন্দী ব্যবহাৰ কৰা পদ্ধতি
to take care শুশ্ৰূষা কৰা i take care of…
来处理 নিয়ন্ত্ৰণ কৰা i handle…
to manage পৰিচালনা কৰা / মেনেজ কৰা i manage…
to answer উত্তৰ দিয়া i answer…
to respond সঁহাৰি দিয়া i respond to…
to resolve স্থিৰ কৰা i resolve…
to sell বিক্ৰী কৰা i sell…
to look after ৰক্ষণাবেক্ষণ কৰা 我照顾…
to be responsible দায়িত্বশীল i am responsible for…
告诉 কোৱা i tell (them/the customers) about…
মই গ্ৰাহক সকলৰ প্ৰশ্নৰ উত্তৰ দিওঁ.
      • answer
      • queries.
      • customer
      • I
      • am
      প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
      I ______
      tell
      am tell
      talk
      tell to
      'মই গ্ৰাহক সকলৰ আপত্তিৰ সমাধান কৰোঁ.'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
      I resolve customer complaints.
      I am resolve customer complaints.
      I am resolving customer complaints.
      I do resolve customer complaints.
      ডাইলগ
      What is your role?
      আপোনাৰ ভূমিকা কি?


      I am an assistant at Reliance. I handle day to day activities of the company. I also respond to emails and phone calls
      মই ৰিলায়েন্সত এগৰাকী সহযোগী (চেক্ৰেটাৰী). মই কোম্পানীৰ দৈনিক গতিবিধিৰ পৰিচৰ্যা কৰোঁ. মই ঈ-মেল আৰু ফোনৰ উত্তৰো দিওঁ


      How long = কেতিয়াৰ পৰা/ কিমান সময়ৰ পৰা
      have you been working = আপুনি কাম কৰি আছে
      উপায়
      How long have you been working there? = আপুনি তাত কিমান সময়ৰ পৰা কাম কৰি আছে?
      \'Have been\' প্ৰেযেন্ট পাৰফেক্ট টেন্চ হয়. যেতিয়া আপুনি কিবা কাম কিছু সময়ৰ পৰা কৰি আছে (আৰু এতিয়ালৈকে কৰি আছে) তেতিয়া ইয়াৰ ব্যবহাৰ কৰা হয়
      =
      \'Did\' ভূত কাল হয়. Paste tense (ভূত কাল) এনেবোৰ কামৰ কাৰণে কৰা হয় যি আপুনি কৰি আছিলে আৰু এতিয়া শেষ হৈ গল
      প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
      How long ______
      did
      have you
      have you been
      are you been
      'মই তাত যোৱা চাৰি বছৰৰ পৰা কাম কৰি আছোঁ.'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
      I worked there for the last four years.
      I have been working there for the last four years.
      I am been working there for the last four years.
      I have working there for the last four years.
      প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
      I ______
      been working
      一直在工作
      did work
      ডাইলগ
      What is your role?
      আপোনাৰ ভূমিকা কি?


      I am a customer care executive. I take care of the queries and complaints of the customers. I also tell them about new products and services.
      মই এজন গ্ৰাহক সেৱা অধিকাৰী. মই গ্ৰাহক সকলৰ প্ৰশ্ন আৰু আপত্তিৰ যত্ন কৰোঁ. মই তেওঁলোকক নতুন উৎপাদন আৰু সেৱাৰ বিষয়ে জনাওঁ


      How long have you been working there?
      আপুনি তাত কিমান সময়ৰ পৰা কাম কৰি আছে?


      I have been working there for the last two years
      মই তাত যোৱা দুই বচৰৰ পৰা কাম কৰি আছো


      ডাইলগ
      What is your role?
      আপোনাৰ ভূমিকা কি?


      I am an accountant. I handle my company's accounts and finances.
      মই এজন একাওন্টেন্ট. মই নিজৰ মোম্পানীৰ বাবে খাতা আৰু বিত্তীয় বিষয় চোৱা-চিতা কৰোঁ.


      How long have you been working there?
      আপুনি তাত কিমান সময়ৰ পৰা কাম কৰি আছে?


      I have been working there for the last six months.
      মই তাত যোৱা চাৰি মাহৰ পৰা কাম কৰি আছোঁ.


      ইংৰাজীত অনুবাদ কৰক.
      মই তাত যোৱা চাৰি মাহৰ পৰা কাম কৰি আছোঁ.
      'সাধাৰণ প্ৰফেশন'^~^'typefacestyle'
      doctor চিকিৎসক
      engineer অভিযন্তা
      student চাত্ৰ
      teacher শিক্ষক
      clerk পেচকাৰ
      nurse নাৰ্চ
      driver ড্ৰাইভাৰ
      dentist ডেন্টিস্ট
      government officer চৰকাৰী অধিকাৰী
      customer service representative গ্ৰাহক সেৱা প্ৰতিনিধি
      manager প্ৰবন্ধক
      assistant সহায়ক
      house-wife গৃহিণী
      business man ব্যবসায়ী
      model মডেল
      actor অভিনেতা
      singer গায়ক
      dancer নৰ্তক
      principal প্ৰমুখ
      politician ৰাজনীতিজ্ঞ
      management trainee প্ৰবন্ধন প্ৰশিক্ষাৰ্থী/ ট্ৰেনী
      intern প্ৰশিক্ষাৰ্থী/ ট্ৰেনী
      entrepreneur ব্যবসায়ী
      sales man চেল্চ মেন
      sales woman চেল্চ ৱোমেন
      analyst বিশ্লেষক
      shop keeper দোকানদাৰ
      beautician বিউটিচিয়েন (বিউটি পাৰ্লাৰ চলোৱা)
      unemployed বেকাৰ
      designer ডিযাইনাৰ
      hr professional মানৱ সম্বল বৃত্তিধাৰী
      finance professional বিত্তীয় বৃত্তিধাৰী
      accountant গাণনিক
      office boy বাৰ্তাবাহক
      adminstrator প্ৰশাসক
      educationalist শিক্ষাশাস্ত্ৰী
      business woman ব্যবসায়ী
      servant চাকৰ
      freelancer ফ্ৰীলান্চৰ (কোনো এটা কোম্পানীৰ লগত অনুবদ্ধ হৈ নথকা
      chef চেফ (হোটেলত খানা বনোৱা)
      travel agent যাত্ৰা অভিকৰ্তা
      tour guide পথ প্ৰদৰ্শক
      farmer কৃষক
      pilot বৈমানিক
      air hostess এয়াৰ হোস্টেচ
      social worker সামাজিক কাৰ্য্যকৰ্তা
      policeman আৰক্ষীসৈনিক
      policewoman মহিলা আৰক্ষী সৈনিক
      milkman গুৱাল
      peon হৰকৰা
      I don't have = মোৰ ওচৰত নাই
      প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
      I am a fresher. I ______
      have not been
      don't have
      am not have
      মই এজন নৱাগত.
        • am
        • a
        • I
        • have
        • fresher.
        • the
        'মোৰ ওচৰত তিনি বছৰৰ অনুভৱ আছে.'ৰ ইংৰাজীত অনুবাদ চয়ন কৰক.;
        I have three years of experience.
        I am have three years of experience.
        I have three years for experience.
        I am having three years of experience.
        মোৰ ওচৰত দুই বছৰৰ অনুভৱ আছে.
          • two years
          • I
          • 我有
          • have
          • experience.
          • of
          ডাইলগ
          Good morning Madam. I am Priya. I am here for an interview.
          সু প্ৰ্ভাত মেডাম. মই প্ৰিয়া. মই ইয়াত সাক্ষাৎকাৰৰ বাবে আছোঁ.


          Please have a seat. Tell me something about yourself.
          অনুগ্ৰহ কৰি বহি লোৱা. মোক নিজৰ বিষয়ে কিবা কোৱা.


          Madam I am from Delhi. I graduated from Delhi University in 2009. I have three years of experience.
          মেডাম মই দিল্লীৰ পৰা আহিছো. মই বৰ্তমান এজন ডাটা এন্ট্ৰী অপাৰেটাৰ ৰূপে কাম কৰি আছোঁ. মোৰ তিনি বচৰৰ অনুভৱ আছে.


          你的学历是什么?
          তোমাৰ যোগ্যতা কি?


          I have a diploma in data processing.
          মোৰ ওচৰত ডাটা প্ৰচেচিঙৰ ডিপ্লমা আছে.


          Where are you working currently?
          আপুনি বৰ্তমান ক'ত কাম কৰি আছে?


          I am working at Infosys currently
          মই বৰ্তমান ইনফ'চিছত কাম কৰি আছোঁ.


          How long have you been working there?
          আপুনি তাত কিমান বছৰৰ পৰা কাম কৰি আছে?


          I have been working there for the last one year.
          মই তাত যোৱা এবচৰৰ পৰা কাম কৰি আছো.


          =
          !
          শুনক
          উপায়
          পৰৱৰ্ত্তী শব্দ